সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী

  • Home
  • India
  • Tinsukia
  • সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী

সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী, Legal, Tinsukia.

24/09/2022

অমাৰ ল'ৰাকেইটা

25/04/2021

২৫/০৪/২০২১
ডুমডুমা

এই বৰ্ষৰ কিছু স্মৃতি
21/04/2021

এই বৰ্ষৰ কিছু স্মৃতি

১১/০৪/২০২১ বৰডিৰাক খেলপথাৰ সোনোৱাল কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন
12/04/2021

১১/০৪/২০২১
বৰডিৰাক খেলপথাৰ
সোনোৱাল কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন

07/04/2021

অনুস্থানলৈ যোগাযোগ কৰক 6900246738 8011936292

প্ৰাগ নিউজ ৰ প্ৰচাৰ অনুস্থানত আজি কাকপথাৰৰ সাংস্কৃতিক সংঘত " সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী"ৰ অনুস্থান ।Booking For live show...
03/04/2021

প্ৰাগ নিউজ ৰ প্ৰচাৰ অনুস্থানত আজি কাকপথাৰৰ সাংস্কৃতিক সংঘত " সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী"ৰ অনুস্থান ।

Booking For live show
6900246738,
8011936292

২০১৯ বৰ্ষৰ বাঘজানৰ ৰঙালী বিহু সন্মিলনত সৰুদৈয়া সাংস্কৃতিক গোষ্ঠীৰ অনুস্থানৰ কিছু স্থিৰ আলোকচিত্ৰ ।
01/04/2021

২০১৯ বৰ্ষৰ বাঘজানৰ ৰঙালী বিহু সন্মিলনত সৰুদৈয়া সাংস্কৃতিক গোষ্ঠীৰ অনুস্থানৰ কিছু স্থিৰ আলোকচিত্ৰ ।

২০১৯ বৰ্ষৰ কাকপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত  "সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী " দলটি এ সাংস্কৃতিক সন্ধিয়া উদ্দ্বোধন কৰা ম...
22/03/2021

২০১৯ বৰ্ষৰ কাকপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত "সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী " দলটি এ সাংস্কৃতিক সন্ধিয়া উদ্দ্বোধন কৰা মুহূৰ্তত ।
Booking naw = 6900246738, 8011936292 ,

17/03/2021

সৰুদৈয়া সাংস্কৃতিক গোষ্ঠীৰ তিনিজন ঢুলীয়াৰ ঢুল বাদন । ভাল লাগিলে চেয়াৰ কৰি দিব ।
ধন্যবাদ ।

03/03/2021

সৰুদৈয়া সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা সকলোলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ‌। যোৱাটো বৰ্ষত কৰ'নাই মাৰ পেলোৱা বাপতিসাহোন ৰঙালী বিহুটি আহি আমাৰ পদূলি পাইছেহি ।উল্লেখযোগ্য যে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাবধানত গঠন হোৱা সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী দলটি এইবাৰ ন-ৰূপত গঢ় দিয়াৰ বাবে সংকল্প লোৱা হৈছে । এই সন্দৰ্ভত সবে আলোচনাত মিলিত হ'ব পৰাকৈ অহা ইং ৬/০৩/2021 তাৰিখে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এখনি গুৰুত্বপূৰ্ণ বৈঠত আহ্বান কৰা হৈছে । উক্ত বৈঠকখনিত সৰুদৈয়া গোষ্ঠীৰ সকলো সদস্য সদস্যাক উপস্থিত থাকিবলৈ অনুৰুধ জনোৱা হ'ল ।
সময় - দিনৰ ১১ বজাত ।

28/04/2020

ছোৱালীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে নৱনীতা বড়া ।ডিগবৈৰ ।অভিনন্দন জনালো । দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে মুনমী বৰুৱা । বঙাইগাঁ‌ওৰ পৰা । তোমাকো অভিনন্দন জনালোঁ‌ ।
ল'ৰা প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ধন ৰাজ বড়া ।কাকপথাৰ । অভিনন্দন জনালোঁ‌
দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে সুৰুজ গগৈ ।ডিগবৈৰ পৰা। অভিনন্দন জনালোঁ‌ ।

28/04/2020

নমস্কাৰ ।সকলোকৈ শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌। "সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী"ৰ সকলো সদস্য সদস্যাক জনাবলৈ পাই সুখী হৈছো যে আমাৰ পেজৰ পৰা যি ফ'টো প্ৰতিযোগিতা অনুস্থিত কৰা হৈছিলে উক্ত প্ৰতিযোগিতাখনিৰ ফলাফল আজি সন্ধিয়া ৭ বজাত আমাৰ পেজৰ পৰা লাইভৰ জড়িয়তে ঘোষণা কৰা হ'ব ।সকলোকে লাইভত সংযোগ হ'বলৈ অনুৰুধ জনোৱা হ'ল ।

Address

Tinsukia
786157

Telephone

+916900246738

Website

Alerts

Be the first to know and let us send you an email when সৰুদৈয়া সাংস্কৃতিক গোষ্ঠী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category