Ajmal Law College

Ajmal Law College Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ajmal Law College, Main Road, Hojai.

06/02/2026

to Reality: First is Ajmal Law College, Hojai

BA.LLB(Hons)
LL.B

  Ajmal Law College
30/01/2026


Ajmal Law College

আজমল ল' কলেজত পুনৰ চমকপ্ৰদ ফলাফল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ BA LLB (Hons)ত প্ৰথম স্থান দখল কৰাৰ লগতে ৬টা শীৰ্ষ স্থান দখল ...
15/10/2025

আজমল ল' কলেজত পুনৰ চমকপ্ৰদ ফলাফল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ BA LLB (Hons)ত প্ৰথম স্থান দখল কৰাৰ লগতে ৬টা শীৰ্ষ স্থান দখল আজমল ল' কলেজৰ।
AJMAL FOUNDATION ৰ দ্বাৰা পৰিচালিত হোজাইৰ প্ৰথম খন আইন মহাবিদ্যালয় " Ajmal Law Collegeএ চমকপ্ৰদ সফলতা লাভ কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনে।
সদ্য ঘোষিত ২০২৫বৰ্ষৰ BA LLB( Hons)ৰ ফলাফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আজমল ল' কলেজখনে ৰাজ্য খনৰ ভিতৰত ৬টা স্থান কঢ়িয়াই অনাৰ উপৰিও প্ৰথম স্থান দখল কৰি ঐতিহাসিক ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।
২০২৫ বৰ্ষৰ BA LLB ( Hons)ৰ ফলাফলত প্ৰথম স্থান দখল কৰে আজমল ল' কলেজৰ আমবিয়া বেগম, তৃতীয় স্থানত ইয়াছমিন খাতুন, চতুৰ্থ স্থানত শ্বাহ আলম,পঞ্চম স্থানত ইমৰান হুছেইন, ষষ্ঠ স্থান দিলতাজ খানম আৰু দশম স্থান দখল কৰে এন্নি বংগপুইয়ে। আনহাতে LLBত চতুৰ্থ স্থান দখল কৰে ইয়াছমিন বেগম আৰু ষষ্ঠ স্থান অৰ্জন কৰে ৰাজ পাঠকে
আজমল ল' কলেজৰ অভূতপূৰ্ব সফলতাত উৎফুল্লিত আজমল পৰিয়ালৰ সদস্যসকল।আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু মূখ্য ন্যাসৰক্ষী তথা যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে কৃতী শিক্ষাৰ্থী সকলক অভিনন্দন জ্ঞাপন কৰে। সফলতা অৰ্জন কৰা সমূহ কৃতী শিক্ষাৰ্থী সকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড°খচৰুল ইছলাম,মহা প্ৰৱন্ধক ড° এম আৰ এইছ আজাদ, হাম হস্পিটেলৰ চিকিৎসক ইষ্টাৰ বংগপুই,আজমল ল' কলেজৰ অধ্যক্ষ ড° আক্কাছ আলী সহ অন্যান্য বিষয়া সকল




#2025


21/09/2025
21/09/2025

Address

Main Road
Hojai
782435

Alerts

Be the first to know and let us send you an email when Ajmal Law College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Ajmal Law College:

Share