13/09/2023
যিহেতু ইতিমধ্যে বজালীত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত, আৰক্ষী অধীক্ষকৰ কার্যালয়, বিভিন্ন বিভাগৰ কাৰ্যালয়, জিলা কোষাগাৰ আদি স্থাপন হৈছে, সেয়েহে যাতে চৰকাৰী কাম- কাজৰ লগতে আইনৰ কাম-কাজ আদি স্থবিৰ নহয় তাৰ বাবে অতিশীঘ্ৰে ভৱানীপুৰ- সৰভোগ আৰু বজালী সমষ্টিকলৈ বৃহৎ পূৰ্ণাঙ্গ বজালী জিলাৰ কাম কাজ আৰম্ভ হব লাগে। যিমান পাৰে সোনকালে আমাক আমাৰ বজালী পূৰ্ণাঙ্গ জিলাৰ মৰ্য্যদা ঘূৰাই দিব লাগে।
Himanta Biswa Sarma ডাঙৰীয়া