Myself Arju Ikbal

Myself Arju Ikbal Myself Arju Ikbal Page লৈ আপোনাক স্বাগতম জনাইছো। এই Page টোৰ জৰিয়তে অসমৰ জনসাধাৰণৰ সেৱা কৰাই মোৰ লক্ষ্য।

04/05/2026
04/05/2026

ক’লা ফিল্ম (Black Film) বা গাড়ীৰ গ্লাছক লৈ বিভ্ৰান্ত?

03/05/2026

বহুত মানুহক দেখা পাওঁ মাটি-বাৰীৰ বিবাদ থাকিলে সময়ত আইনী ব্যৱস্থা গ্ৰহণ নকৰে যাৰ ফলত Limitation Period পাৰ হৈ যায়। এটা কথা সদায় মনত ৰাখিব Civil Case সময়ত যদি File নকৰে Court য়ে নাকচ কৰি দিব পাৰে।

03/05/2026

"মাটিৰ কাগজ আপোনাৰ নামত কিন্তু দখল কৰি আছে অন্য এজন লোকে।" এই বিষয়ৰ ওপৰত মোৰ Page ত Video দিয়া আছে চাব পাৰে।

02/05/2026

মাটিৰ নথি থকাৰ পিছতো যদি দখল হেৰুৱাই কি কৰিব?

02/05/2026

বহু বছৰৰ আগতে Sale Deed কৰিছিল কিন্তু এতিয়ালৈকে মাটিৰ নামজাৰি কৰিব পৰা নাই। এইবোৰ কথা জনা দৰকাৰ।

02/05/2026

"আপোনাৰ ওচৰত মাটিৰ কাগজ আছে কিন্তু দখল কৰি আছে অন্য এজন লোকে।" বহুত গুৰুত্বপূৰ্ণ এটা Video ৰ সৈতে আজি ৰাতি লগ পাম।

01/05/2026

In a major relief to Pawan Khera, the Supreme Court on Friday granted anticipatory bail to the Congress leader in connection with a criminal defamation and forgery case filed by Assam Police on a complaint by Chief Minister Himanta Biswa Sarma’s wife, Riniki Bhuyan Sarma.

A bench of the top court observed that allegations and counter-allegations had been made by both Khera and the husband of the complainant. It noted that the personal liberty of an individual, as enshrined under Article 21 of the Constitution, cannot be put in peril.

27/04/2026

Document ত Spelling ভুলৰ বাবে বিদেশী হৈ যাব নেকি? এটা video দিম বহুত বহুত গুৰুত্বপূৰ্ণ।

26/04/2026

মাটিৰ মেপ বা ভূ-নক্সা নিজৰ Mobile ত উলিয়াব পাৰে।

25/04/2026

Guwahati ত যেতিয়া Cab book কৰে কিছুমান Driver য়ে আগতে সুধে ভাৰা কিমান দেখাইছে? চিধা ৰাস্তাৰে গ'লে সিহঁতৰ গা নলৰিব। মোৰ লগতো হৈছে এনেকুৱা ঘটনা।

Address

Hatigaon
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when Myself Arju Ikbal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Myself Arju Ikbal:

Share

Category