Nitul Bora

Nitul Bora Another World is Possible. Trade Union Leader (AITUC) (All Assam Construction Workers Union) (Assam State NREGA Workers union)
(1)

সকলোলৈ বিহুৰ ওলগ জনালোঁ।
14/04/2026

সকলোলৈ বিহুৰ ওলগ জনালোঁ।

08/04/2026
08/04/2026

আমি পাহৰি গলোঁ নেকি? #চিন্তা_আপোনাৰ

02/04/2026

আপোনাৰ ঘৰত পাইছেনে?
#চিন্তা_আপোনাৰ

25/03/2026

দলৰ টিকটত লুকাই থাকে নেকী?
#চিন্তা_আপোনাৰ

21/03/2026

ভোট দিয়াৰ আগতে
#চিন্তা_আপোনাৰ

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ বেতিয়নী আঞ্চলিক অধিবেশনৰ কিছু স্থিৰ চিত্ৰ।
08/03/2026

সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ বেতিয়নী আঞ্চলিক অধিবেশনৰ কিছু স্থিৰ চিত্ৰ।

 #চিন্তা_আপোনাৰ
02/03/2026

#চিন্তা_আপোনাৰ

01/03/2026

যুদ্ধ কাৰো কাম্য নহয়।
কিন্তু যুদ্ধ ক্ৰমে ডাঙৰৰ পৰা ডাঙৰ হৈ পৰিছে।
যুদ্ধ বোৰ সাধাৰণ লোকৰ স্বাৰ্থত নহয় ই ধনীৰ লালসাৰ পৰিণতি।

23/02/2026

নিজৰ কথা, কিন্তু কাৰ স্বাৰ্থত .. #চিন্তা_আপোনাৰ

20/02/2026

কোনে কি দল কৰিব, কোন দলত থাকিব সেইটো ব্যক্তি এজনৰ নিজৰ কথা।
কিন্তু দল সলাই নেতা হোৱা, আজি এইটো দল কালিলৈ আন এটা দল কৰি ফুৰা সকলে যে একমাত্ৰ নিজৰ স্বাৰ্থত এই কাম কৰে সেইটো জনসাধাৰণে নিজেই উপলব্ধি কৰিব লাগিব। দুৰ্নীতি পৰায়ণ লোকৰ পৰা অনুষ্ঠান পাতিবলৈ টকা লৈ গামোচা পিন্ধোৱা, দল সলাই সলাই নেতা হোৱা লোকৰ পৰা দেশ সমাজৰ উন্নতি বিচৰা এইবোৰ হল এখন সুস্থ সমাজৰ ব্যাধি। ৰাজনীতি অন্ন বস্ত্ৰ বাসস্থানৰ এক সংগ্ৰাম হিছাপে, সমাজিক বিকাশৰ জখলা হিছাপে জনসাধাৰণে নিজেই উপলব্ধি নকৰা পৰ্যন্ত দালাল, ঘোচখোৰ, ডলাৰ বগৰী তথাকথিত নেতা সকলৰ দপদপনি থাকিব। নতুন প্ৰজন্মই মিছলীয়া, অপৰাধী, দুৰ্নীতি পৰায়ণ লোকৰ দপদপনি দেখি সততা, নিষ্ঠা, ত্যাগৰ মনোভাৱ দলিয়াই নানান সামাজিক অপৰাধৰ ঘটনা বোৰ সংঘটিত কৰিবলৈ লৈছে। ক্ৰমে সমাজিক ব্যাধিয়ে সমাজ ভৰি পৰিছে। সচেতন মহলে বিষয়টোৰ গুৰুত্ব বুজি সংগবদ্ধ হৈ মাত নামাতিলে নতুন প্ৰজন্ম বেয়া হৈছে বুলি মন্তব্য কৰি থাকোঁতে থাকোঁতে নিজ নিজ পৰিয়াল, গাঁও অঞ্চলৰ পৰিৱেশ সমাজিক ব্যধিৰে ভৰি পৰিব। সমাজ খন আমাৰ নিজৰ ইয়াক সথিক ৰূপত গঢ়ি তোলাৰ দায়িত্বও আমাৰ নিজৰ হব লাগিব।

Address

Golaghat

Alerts

Be the first to know and let us send you an email when Nitul Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Nitul Bora:

Share