Advocate Taslim - Ul Hoque

Advocate Taslim - Ul Hoque Advocate, Lawyer, Attorney

07/02/2026
31/10/2025

জুবিন গাৰ্গে কৈছিল যে কিতাপ নপঢ়া কৈ গামোচা ৰে এটা জাতিক উদ্ধাৰ হব নোৱাৰে।
সেয়ে জুবিন ক্ষেত্ৰলৈ যাওঁতে সকলোৱে একোখনকৈ কিতাপ নিয়ক আৰু তাত থৈ আহক শ্ৰদ্ধাঞ্জলি স্বৰূপে যাতে সেই ঠাইত পৃথিৱীৰ সৰ্ববৃহৎ পুথিভঁৰাল এটা গঢ়ি উঠে।

31/10/2025

ৰাজেশ ভূঞা ডাঙৰীয়া,
ৰঞ্জু হাজৰিকা দেৱৰ গল্পক লৈ জুবিন গাৰ্গ ৰ ইংৰাজী ত যিখন চিনেমা বনোৱাৰ পৰিকল্পনা আছিল আৰু যিহেতু তেওঁ সেই চিনেমা খনৰ বাবে তেওঁ ম'হ এটা কিনি অৰুণাচল প্ৰদেশত প্ৰশিক্ষণৰ বাবে থৈ দিয়া বুলি বহুতো সাক্ষাৎকাৰত কৈ গৈছে। সেয়ে আপোনালৈ অনুৰোধ সেই চিনেমা খন আপুনি নিৰ্মান কৰিলে আমি ভাবো সেই চিনেমাখন হব জুবিন গাৰ্গলৈ জনোৱা এক উত্কৃষ্ট শ্ৰদ্ধাঞ্জলি।

 #সন্ধিয়াৰ চিন্তা :আজি কিছু দিনৰ পৰা মেঘালয়ৰ টেক্সি চালক সন্থাই খাচী ছাত্ৰ সন্থাৰ সহযোগত অসমৰ টেক্সি সমূহক শ্বিলঙ , চেৰা...
27/07/2024

#সন্ধিয়াৰ চিন্তা :

আজি কিছু দিনৰ পৰা মেঘালয়ৰ টেক্সি চালক সন্থাই খাচী ছাত্ৰ সন্থাৰ সহযোগত অসমৰ টেক্সি সমূহক শ্বিলঙ , চেৰাপুঞ্জীকে আদি কৰি আন আন পয্যটনস্থলী বোৰত প্ৰবেশত বাধাৰ সৃষ্টি কৰাৰ লগতে টেক্সি সমূহক ঘূৰাই পঠোৱাৰ দৰে ঘটনা সংঘটিত হৈ আছে।

অসম চৰকাৰে অসমত থকা লাংপি পাহাৰ খন উন্নত কৰি পৰ্যটকৰ উপযোগী কৰি গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগে। বাট-পথ খিনি উন্নত কৰাৰ লগতে কিছু উদ্যোগীক উৎসাহিত কৰি মাটি লিজত দি তাত থকাৰ উপযোগী হোটেল-লজ আদি গঢ়ি তুলিব লাগে।

অসমৰ লাংপি পাহাৰ খনৰ জলবায়ু শ্বিলঙৰ সৈতে কিছু মিল আছে।
গৰমৰ বতৰত অসমৰ পৰ্যটকৰ বাবে লাংপি এক বিকল্প হব পাৰে।

https://www.facebook.com/share/p/4ZvgtammYj2JpxLw/?mibextid=qi2Omg

Address

Goalpara
783101

Telephone

+919435022311

Website

Alerts

Be the first to know and let us send you an email when Advocate Taslim - Ul Hoque posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Advocate Taslim - Ul Hoque:

Share