Chandan Chetia Page

Chandan Chetia Page GP President, Bhadoi Gaon Panchayat, Block - Tengakhat, Dist. - Dibrugarh, Assam.

15th FC-ৰ পুঁজিৰে ৩ নং চপাতলীৰ GEL Church (Mini)-ৰ উন্নয়ণ ও মেৰামতিৰ কাম পৰিদৰ্শণ কৰাৰ দুটিমান মূহুত্ব ৷
15/06/2023

15th FC-ৰ পুঁজিৰে ৩ নং চপাতলীৰ GEL Church (Mini)-ৰ উন্নয়ণ ও মেৰামতিৰ কাম পৰিদৰ্শণ কৰাৰ দুটিমান মূহুত্ব ৷

আমাৰ পঞ্চায়তৰ ১ নং চপাতলী ৱাৰ্ডত জল জীৱন আঁচনিৰ অধীনত  নিৰ্মিয়মাণ পানী যোগান পাম্পটো পৰিদৰ্শণ কৰি কাম-কাজৰ বুজ লওঁ ৷
15/06/2023

আমাৰ পঞ্চায়তৰ ১ নং চপাতলী ৱাৰ্ডত জল জীৱন আঁচনিৰ অধীনত নিৰ্মিয়মাণ
পানী যোগান পাম্পটো পৰিদৰ্শণ কৰি কাম-কাজৰ বুজ লওঁ ৷

যোৱা ইংৰাজী ২৫-০১-২০২২ তাৰিখে মোৰ পঞ্চায়তৰ অন্তৰ্গত চপাতলী বঙালী ৱাৰ্ডত ৩,০০,৩০৫ টকাৰ এটা এগ্ৰী কাম বান্ধৰ আধাৰশিলা ৰাখো...
27/01/2022

যোৱা ইংৰাজী ২৫-০১-২০২২ তাৰিখে মোৰ পঞ্চায়তৰ অন্তৰ্গত চপাতলী বঙালী ৱাৰ্ডত ৩,০০,৩০৫ টকাৰ এটা এগ্ৰী কাম বান্ধৰ আধাৰশিলা ৰাখো ।

12/01/2022
আজি দুলীয়াজান সমষ্টিৰ ভাদৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং চপাতলী ৱাৰ্ডত সেই ৱাৰ্ড সদস্যা শ্ৰীমতী ঝৰ্ণা দাসৰ সৈতে তাইৰ ৱাৰ্ড...
02/06/2021

আজি দুলীয়াজান সমষ্টিৰ ভাদৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং চপাতলী ৱাৰ্ডত সেই ৱাৰ্ড সদস্যা শ্ৰীমতী ঝৰ্ণা দাসৰ সৈতে তাইৰ ৱাৰ্ডটো প্ৰৰ্যবেশন কৰো আৰু হোম কোৱাৰেণ্টাইনত থকা পৰিয়াল সমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ো কৰো আৰু তেওঁলোকৰ ঘৰ সমূহ চেনিটাইজ কৰিবৰ বাবে ঝৰ্ণা দাসক পৰামৰ্শ দিওঁ ।

পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত চেনিটাইজ কৰাৰ কেইটামান ফটো ।
31/05/2021

পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গুৰুত্বপূৰ্ণ ঠাইত চেনিটাইজ কৰাৰ কেইটামান ফটো ।

যোৱাকালি তথা ৩০-০৫-২০২১ তাৰিখে দুলীয়াজান সমষ্টিৰ ভাদৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২ নং কঠালগুৰি ৱাৰ্ডত বুথ সমিতিৰ সভাপতি শ্ৰী...
31/05/2021

যোৱাকালি তথা ৩০-০৫-২০২১ তাৰিখে দুলীয়াজান সমষ্টিৰ ভাদৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২ নং কঠালগুৰি ৱাৰ্ডত বুথ সমিতিৰ সভাপতি শ্ৰীযুত ভৱেন সোনোৱালৰ উদ্যোগত আৰু বুথৰ কাৰ্য্যকৰ্তাৰ সহযোগত “সেৱাই সংগঠনৰ” কাৰ্য্যসূচী পালনৰ লগত সংগতি ৰাখি কৰোনাত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইত থকা বহু কেইটা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ, মাক্স বিতৰণ আৰু তেওঁলোকৰ ঘৰসমূহ চেনিটাইজ কৰাৰ লগতে ৰাষ্টা পদুলীও চেনিটাইজ কৰে । উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি বহু ভাল লাগিল আৰু ৰাইজেও সন্তোষ প্ৰকাশ কৰে । বুথত এনে কাৰ্য্যসূচী লোৱাৰ বাবে বুথৰ সভাপতিৰ লগতে কাৰ্য্যকৰ্তাসকলক মোৰ তৰফৰ পৰাও কৃতজ্ঞতা জ্ঞাপন কৰিলো আৰু আগলৈও এনে ধৰণৰ সেৱামূলক কাৰ্য্যসূচী হাতত লবলৈ অনুৰুধ জনালোঁ ।

যোৱাকালি তথা ইংৰাজী ২৬-০৫-২০২১ তাৰিখে মোৰ পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও ৱাৰ্ডত ৱাৰ্ডমেম্বাৰ ও দলীয় কাৰ্য্যকৰ্তাৰ সহযোগত বহু...
27/05/2021

যোৱাকালি তথা ইংৰাজী ২৬-০৫-২০২১ তাৰিখে মোৰ পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও ৱাৰ্ডত ৱাৰ্ডমেম্বাৰ ও দলীয় কাৰ্য্যকৰ্তাৰ সহযোগত বহু দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান, স্বাস্থ্য কেন্দ্ৰ, ৰাজহুৱা অনুষ্ঠান আদিৰ চেনিটাইজ কৰা হয় । চেনিটাইজিং কাৰ্য্যসূচীত ৰাইজে বহু সন্তোষ প্ৰকাশ কৰে ৷

06/05/2021
23/04/2021

My younger daughter.

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Chandan Chetia Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category