Rachidul Hoque Ahmed

Rachidul Hoque Ahmed Life means Struggle....

এটি সপোন পূৰণ হ'ল। আমাৰ নিচিনা নিম্ন মধ্যবিত্তৰ বাবে চাৰিচকীয়া বাহন এটি সপোন আৰু আজি আমাৰ সেই সপোনে বাস্তৱ ৰূপ পালে। আৰু...
22/08/2025

এটি সপোন পূৰণ হ'ল। আমাৰ নিচিনা নিম্ন মধ্যবিত্তৰ বাবে চাৰিচকীয়া বাহন এটি সপোন আৰু আজি আমাৰ সেই সপোনে বাস্তৱ ৰূপ পালে। আৰু ভাল লাগে তেতিয়া যেতিয়া সেই সপোন পূৰ হয় নিজৰ কষ্টোপাৰ্জিত ধনেৰে। এই চেগতে মই ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিব বিছাৰিছোঁ মোৰ পূজনীয় পিতৃ-মাতৃ, মোৰ সহধৰ্মিণী, মোৰ পেছাগত গুৰু, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ একমাত্ৰ মাত্ৰ ভণ্টি, পৰিয়ালৰ প্ৰতিজন সদস্য/সদস্যা, সহযোগী অধিবক্তাসকল, বন্ধু-বান্ধৱীসকল, আমাৰ অঞ্চলৰ মোৰ প্ৰতিজন শুভচিন্তক আৰু প্ৰতিজন শুভাকাঙ্খীক। সদৌশেষত আপোনালোকৰ প্ৰতিজনৰ পৰা আশীৰ্বাদ কামনা কৰিলোঁ। সদৌটিলৈ কৃতজ্ঞতাৰে-

পৱিত্ৰ ঈদ-ঊল-আযহাৰ শুভেচ্ছাৰে....
16/06/2024

পৱিত্ৰ ঈদ-ঊল-আযহাৰ শুভেচ্ছাৰে....

পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছাৰে.....
11/04/2024

পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছাৰে.....

Happy New Year....
01/01/2024

Happy New Year....

In Bhutan....Adv Rachidul Hoque Ahmed Rachidul Hoque Ahmed II
24/10/2023

In Bhutan....
Adv Rachidul Hoque Ahmed
Rachidul Hoque Ahmed II

যোৱা ৩০/০৪/২০২৩ ইং তাৰিখে (ৰবিবাৰ) আমি যুগ্মজীৱনৰ পাতনি মেলোঁ।বৈবাহিক জীৱনৰ শুভাৰম্ভ কৰা এই পৱিত্ৰ ক্ষণত আপোনালোকৰ প্ৰতি...
05/05/2023

যোৱা ৩০/০৪/২০২৩ ইং তাৰিখে (ৰবিবাৰ) আমি যুগ্মজীৱনৰ পাতনি মেলোঁ।বৈবাহিক জীৱনৰ শুভাৰম্ভ কৰা এই পৱিত্ৰ ক্ষণত আপোনালোকৰ প্ৰতিজনৰে আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰিলোঁ।
Adv Rachidul Hoque Ahmed
Rachidul Hoque Ahmed II

সকলোলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
21/04/2023

সকলোলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।



সদৌটিলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ  আন্তৰিক ওলগ যাচিলোঁ।ধন্যবাদেৰে—ৰাছিদুল হক আহমেদঅধিবক্তা,বজালী
14/04/2023

সদৌটিলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ।

ধন্যবাদেৰে—
ৰাছিদুল হক আহমেদ
অধিবক্তা,বজালী

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ত্যাগৰ প্ৰতীক পৱিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
23/03/2023

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ত্যাগৰ প্ৰতীক পৱিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি অসম বিধানসভাৰ দৰ্শকৰ শাৰীত বহি বিধানসভাৰ কাৰ্যক্ৰমণিকা উপভোগ কৰি নতুন অভিজ্ঞতা আহৰণ কৰিলোঁ।আজিৰ দিনটো স্মৃতিৰ মানসপট...
14/03/2023

আজি অসম বিধানসভাৰ দৰ্শকৰ শাৰীত বহি বিধানসভাৰ কাৰ্যক্ৰমণিকা উপভোগ কৰি নতুন অভিজ্ঞতা আহৰণ কৰিলোঁ।আজিৰ দিনটো স্মৃতিৰ মানসপটত বিশেষ দিন হিচাপে চিহ্নিত হৈ থাকিব।

আমাক এই সুবিধাখিনি কৰি দিয়াৰ বাবে চেঙাৰ সন্মানীয় বিধায়ক Ashraful Hussain দাদালৈ বহুত বহুত ধন্যবাদ জনালোঁ।
Alamin Ahmed New
Rachidul Hoque Ahmed

সমগ্ৰ দেশবাসীলৈ ৭৪ তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছাৰে-
26/01/2023

সমগ্ৰ দেশবাসীলৈ ৭৪ তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছাৰে-

Address

Barpeta
781328

Alerts

Be the first to know and let us send you an email when Rachidul Hoque Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Rachidul Hoque Ahmed:

Share