09/04/2026
--------------------------শোক বাৰ্তা--------------------
বৰপেটা জিলাৰ বৰবালা বজাৰৰ মীৰ ছাইদুৰ( ছাদিকা হোটেল)ৰ স্বত্বাধিকাৰী আজি ৰাতিপুৱা ৬ টা বজায় হাৰ্ট এটাক্ট হৈ ইহঁলীলা সম্বৰণ কৰে।
ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিউন। তেওঁৰ জানাজা নামাজ আজি দিনৰ আছৰ নামাজৰ পিছত ৪:৫০ বজাত বৰবালা আঞ্চলিক কবৰস্থানত অনুষ্ঠিত হ'ব।
তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমিন।