AFZ khan

AFZ khan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AFZ khan, Legal, Baghmara, Along.

04/09/2025

সংকল্পৰ পৰা সিদ্ধিলৈ...

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াই স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি দেৱালীৰ প্ৰাকক্ষণত জনসাধাৰণৰ বাবে আগবঢ়াইছে নতুন সংশোধিত জিএছটি ব্যৱস্থা।

পূৰ্বৰ চাৰি তৰপীয়া জিএছটি-ৰ সলনি কেৱল ৫% আৰু ১৮%-ৰ দুই তৰপীয়া জিএছটি ব্যৱস্থাত অনুমোদন জনাইছে জিএছটি পৰিষদে । নতুন সংশোধিত জিএছটি ব্যৱস্থাই নাগৰিকৰ জীৱন সহজ কৰাৰ লগতে আমাৰ অন্নদাতা, ক্ষুদ্ৰ উদ্যোগী আৰু সৰু ব্যৱসায়ীক বৃহৎ সকাহ প্ৰদান কৰিব।

এই ঐতিহাসিক পদক্ষেপে আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰতৰ ভেটি শক্তিশালী কৰি তুলিব।

এই চেগতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীযুতা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীলৈ অশেষ ধন্যবাদ জনাইছোঁ।

03/09/2025
24/08/2025
24/08/2025
23/08/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

Address

Baghmara
Along
AFZ

Website

Alerts

Be the first to know and let us send you an email when AFZ khan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to AFZ khan:

Share

Category