Mainuddin Ali

Mainuddin Ali জীৱন মানে সংগ্ৰাম

16/09/2026

আজি ১৬/০৯/২৬ ইং তাৰিখ বুধবাৰে কেন্দ্ৰীয় এবিএমছুৰ উদ্যোগত এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ গোচৰ ফাষ্টট্ৰেক আদালতলৈ হস্তান্তৰ, হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন আৰু হত্যাকাৰীক ফাঁচীৰ দাবীত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ কিয়দংশ।

"প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰা এটি দৃশ্য।।আপোলোকেওঁ দৃশ্য টি চালে নে।❤️🌙
14/09/2026

"প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰা এটি দৃশ্য।।
আপোলোকেওঁ দৃশ্য টি চালে নে।❤️🌙

1980
10/09/2026

1980

23/08/2026

তোমাৰ দৰে মিছলীয়া বা অসৎ কোনো নাই।
এই ভাৰত কাৰো উত্তৰাধিকাৰ নহয়।

- পুনেত ছাত্ৰ-ছাত্ৰীৰ সমাৱেশৰ সময়ত নেহা সিং ৰাথোৰে ৰাহুল গান্ধীৰ সন্মুখত মঞ্চৰ পৰা নিজৰ শৈলীৰে প্ৰশ্ন উত্থাপন কৰে।
Power of youth 👍

17/08/2026

উচ্চতম ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিলে।

17/08/2026

দেশখনত কি হ'ল বুজি নাপালে দে একৌ
এ ৱতন তেৰে লিয়ে' ৰ ঠাইত গালে 'এ চনম তেৰে লিয়ে'
স্বাধীনতা দিৱসত দেশপ্ৰেমৰ গীত গোৱাৰ সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছে গালে 'এ চনম তেৰে লিয়ে।

৮০ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন 🇮🇳Happy independence day 🇮🇳
15/08/2026

৮০ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন 🇮🇳
Happy independence day 🇮🇳

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছাৰে,,,
"জয় হিন্দ
জয় ভাৰত"

Happy independence day 🇮🇳

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।"জয় হিন্দ জয় ভাৰত"🇮🇳
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
"জয় হিন্দ
জয় ভাৰত"🇮🇳

17/07/2026

ছোনম ৱাংচুকক লৈ মুখ খুলিলে অভিনেত্ৰীৰ সোনাক্ষী সিনহাই ।।

অভিনেত্ৰী সোনাক্ষী সিনহাই ছোনম ৱাংচুকক লৈ নিজৰ মতামত প্ৰকাশ কৰি তেওঁৰ বিষয়ত প্ৰতিক্ৰিয়া আগবঢ়ালে।।।
I support

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when Mainuddin Ali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category