Ronganoi Ao

Ronganoi Ao সকলোৱে মোৰ pageটো Follow আৰু Like কৰিদিব, Everyone will follow and like my page.

01/03/2026
01/03/2026

পতি–পত্নীৰ মাজত প্ৰেম এনেকুৱা হব লাগে যি প্ৰেমত👉 সন্মান 👉 দায়িত্ব 👉 ত্যাগ 👉 আৰু আজীৱন একেলগে থাকাৰ ইচ্ছা ।
15/02/2026

পতি–পত্নীৰ মাজত প্ৰেম এনেকুৱা হব লাগে যি প্ৰেমত
👉 সন্মান
👉 দায়িত্ব
👉 ত্যাগ
👉 আৰু আজীৱন একেলগে থাকাৰ ইচ্ছা ।




 াইক_মোৰ_প্ৰিয়_সখীদুইটা চকাইয়ে সপোন বোৱাই,বাতাসক চিৰি আগবঢ়াই।ইঞ্জিনৰ শব্দে মন জগাই,বাইক মোৰ প্ৰাণৰ লগাই।পথে পথে সঙ্গী...
18/01/2026

াইক_মোৰ_প্ৰিয়_সখী
দুইটা চকাইয়ে সপোন বোৱাই,
বাতাসক চিৰি আগবঢ়াই।
ইঞ্জিনৰ শব্দে মন জগাই,
বাইক মোৰ প্ৰাণৰ লগাই।
পথে পথে সঙ্গী হৈ যায়,
দুখ–কষ্টবোৰ দূৰ উৰুৱাই।
মুক্ত আকাশ, খোলা পথ,
বাইকৰ সৈতে অনুভৱ হয় স্বৰ্গৰ সুখ।
গতিৰ মাজতে শান্তি পাই,
মনৰ ভাবনা উৰি যায়।
জীৱনৰ যাত্ৰাত এক বিশ্বাস,
বাইক মোৰ সাহস, মোৰ আশ্বাস।



06/01/2026

Only Entertainment video.

Ronganoi, Ranganadi !! ৰঙানদী, ৰঙানৈ !!  रंगनदी, रंगनई
04/01/2026

Ronganoi, Ranganadi !! ৰঙানদী, ৰঙানৈ !! रंगनदी, रंगनई

03/01/2026

YOUTH RETREAT CUM PICNIC 2026

RONGANOI BAPTIST YOUTH

Theme:

"Come together, rejoice together, grow together in Christ."

Exhortation:- Prasanta Narah

Bible Games, Fun & Entertainment incharge

Ujanti Rangmo Narah

2nd January 2026

Fellowship

Faith

Fun

Refreshing Hearts in God's Creation

মোৰ জীৱনত প্ৰথম পাহাৰৰ ৰছি দলঙত ওপৰেদি পাৰ হওঁতে  মোৰ গভীৰ অনুভৱবোৰ,☺️  দলঙত পাৰ হওঁতে , ভয় আৰু বিভিন্ন ধৰণৰ চিন্তা আহিছ...
30/12/2025

মোৰ জীৱনত প্ৰথম পাহাৰৰ ৰছি দলঙত ওপৰেদি পাৰ হওঁতে মোৰ গভীৰ অনুভৱবোৰ,
☺️ দলঙত পাৰ হওঁতে , ভয় আৰু বিভিন্ন ধৰণৰ চিন্তা আহিছিল।
তলত গভীৰ খাঁদ বা বেগেৰে বোৱা নদী পানী দেখি বুকু কঁপি উঠিছিল । প্ৰথম খোজটো আটাইতকৈ কঠিন লাগিছিল । নিজকে সাহস গোটাই
নিজকে জয় কৰা অনুভৱ আনিছিলো যে মই পাৰিম, এই ভাবনাই মোৰ মনক সান্তনা কৰিলে।
যুলনা দলঙে মোক সান্তনা দিলে যে মোৰ ওপৰেদি সিপাৰে যোৱা মই তোমাক সহায় কৰিম, এনে ধৰণৰ দলঙে মোক ৰোমাঞ্চ বঢ়ালে,
ওপৰলৈ চকু মেলি চোৱাত প্ৰাকৃতিৰ সৌন্দৰ্যৰ মুগ্ধতা কৰিলে।
পাহাৰ, বন, নদীৰ দৃশ্য দেখি মন শান্ত হল—ভয় কিছু সময়লৈ পাহৰিলোঁ ।
ঈশ্বৰৰ সৃষ্টিক সঁছাকৈ প্ৰশংসনীয়, এইয়ে স্তুস্তি ধন্যবাদ জনালো। মোৰ অন্তৰপৰা আনন্দ আৰু আশীৰ্বাদ মোলৈ নামি অহাৰ অনুভৱ কৰিলো।
সফলভাৱে দলংখন পাৰ হোৱাৰ পাছত ভিতৰৰ পৰা এক বিজয়ৰ আনন্দ উঠে—“মই পাৰ হলোঁ!” মইও পাৰিলোঁ ।
পঢ়ি ভাল লাগিলে লাইক-কমেন্ট আৰু শ্বেয়াৰ কৰিদিব, ধন্যবাদ ।

 #নতুন_বছৰত_পিকনিক_খোৱাৰ_কেইটামান_মুখ্য_কাৰণ_আছে—ই এটা আনন্দ আৰু সামাজিক পৰম্পৰা হৈ পৰিছে 😊 ুন_আৰম্ভণিৰ_আনন্দনতুন বছৰ মা...
28/12/2025

#নতুন_বছৰত_পিকনিক_খোৱাৰ_কেইটামান_মুখ্য_কাৰণ_আছে—ই এটা আনন্দ আৰু সামাজিক পৰম্পৰা হৈ পৰিছে 😊
ুন_আৰম্ভণিৰ_আনন্দ
নতুন বছৰ মানে নতুন আশা, নতুন লক্ষ্য। পিকনিক কৰি মানুহে এই নতুন আৰম্ভণিটো আনন্দেৰে উদযাপন কৰে। পৰিয়াল আৰু বন্ধু একেলগে সময় কটোৱা
দৈনন্দিন ব্যস্ততাৰ মাজত সকলো একেলগে হ’ব নোৱাৰি। নতুন বছৰত পিকনিক কৰিলে পৰিয়াল, বন্ধু, সহকৰ্মী সকল একেলগে মিলি সুখত সময় কটাব পাৰে।
্ৰকৃতিৰ_মাজত_ফুৰ্তি
নতুন বছৰত সাধাৰণতে ঠাণ্ডা বতাহ আৰু সুন্দৰ বতৰ থাকে। নদী, বন, পাহাৰ আদিৰ মাজত গৈ খালে মন ফুৰ্তি হয়।
ুৰণি_দুখ_চিন্তা_পাহৰি_পিকনিক_খোৱা। পিকনিক মানে হাঁহি, খেল, গান, খোৱা-বোৱা । এইয়া মানুহক পুৰণি চিন্তা পাহৰি নতুন বছৰৰ বাবে সতেজ মন লৈ আগবঢ়াত সহায় কৰে।
াজিক_পৰম্পৰা_হৈ_পৰিছে
লাহে লাহে নতুন বছৰত পিকনিক খোৱা এটা সামাজিক পৰম্পৰা হৈ গৈছে। আনক দেখি আনেও কৰিবলৈ আগ্ৰহী হয়। তলত কমেন্ট কৰক।

28/12/2025

Oyebong yai...

Address

North Lakhimpur

Telephone

+918471920951

Website

Alerts

Be the first to know and let us send you an email when Ronganoi Ao posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share