জুৰীয়া আঞ্চলিক সমিতি আমছু

  • Home
  • India
  • Nagaon
  • জুৰীয়া আঞ্চলিক সমিতি আমছু

জুৰীয়া আঞ্চলিক সমিতি আমছু AAMSU ZINDABAD

আমছু জিন্দাবাদ......
01/10/2020

আমছু জিন্দাবাদ......

04/09/2020

আমছু জিন্দাবাদ

আছালামু ৱালাইকুম ........
24/05/2020

আছালামু ৱালাইকুম ........

 #সদৌ_অসম_সংখ্যালঘূ_ছাত্ৰ_ইউনিয়ন ( #আমছু) ৰ  #সন্মানীয়_সাধাৰণ_সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ  #মুশ্বাৰফ_হুছেইন_কবিৰ ডাঙৰ...
19/11/2019

#সদৌ_অসম_সংখ্যালঘূ_ছাত্ৰ_ইউনিয়ন ( #আমছু) ৰ #সন্মানীয়_সাধাৰণ_সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ #মুশ্বাৰফ_হুছেইন_কবিৰ ডাঙৰীয়াৰ উপজা দিনত হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিলো । লগতে এই বিশেষ দিনটোতে উপৰৱালাৰ ওচৰত #আমছু_পৰিয়ালৰ তৰফৰ পৰা তেখেতক যাতে উপৰৱালাই দীৰ্ঘজীৱি কৰাৰ লগতে অনাগত দিনত #সংখ্যালঘূ_সংগ্ৰামৰ গতি যাতে আৰু অধিক তীব্ৰতৰ কৰি তুলিব পাৰে তাৰেই কামনাৰে পুনৰ বাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

আজি মহামাণ্য উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ভূমি অৰ্থাৎ ঐতিহাসিক বাবৰি মচজিদৰ ৰায়দান প্ৰদান কৰিব গতিকে মহামাণ্য উচ্চতম ন্য...
09/11/2019

আজি মহামাণ্য উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ভূমি অৰ্থাৎ ঐতিহাসিক বাবৰি মচজিদৰ ৰায়দান প্ৰদান কৰিব গতিকে মহামাণ্য উচ্চতম ন্যায়ালয়ে যি পক্ষত ৰায় দিয়ে আমি উচ্চতম ন্যায়ালয়ৰ ৰায় দানক সম্মান জনাম লগতে ধয্য , সংযম আৰু সতৰ্কতাৰে দেশৰ আইন শৃংখলা বজাই ৰাখিবলৈ সকলো জনগোষ্ঠীৰ জনসাধাৰণক সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তৰফৰ পৰা কাতুৰ অনূৰুধ জনাইছোঁ।

মোঃ মকিবুৰ ৰহমান
আঞ্চলিক সভাপতি
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (জুৰীয়া) ।

*আমছুৰ আহ্বান*  মহামান্য উচ্চতম ন্যায়ালয়ে ০৯.১১.২০১৯ তাৰিখ শনিবাৰে পূৱা ১০.৩০ বজাত *অযোধ্যা গোচৰৰ* ৰায়দান কৰিব।সকলোৱে...
08/11/2019

*আমছুৰ আহ্বান*

মহামান্য উচ্চতম ন্যায়ালয়ে ০৯.১১.২০১৯ তাৰিখ শনিবাৰে পূৱা ১০.৩০ বজাত *অযোধ্যা গোচৰৰ* ৰায়দান কৰিব।
সকলোৱে শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বান জনালোঁ। লগতে সকলোকে সতৰ্ক থাকিবলৈ অনুৰোধ জনালোঁ যাতে কোনো দুষ্ট চক্ৰয় অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে । লগতে সামাজিক মাধ্যম সমূহতো বিতর্কিত পষ্ট আপলোড , কমেন্ট , শ্বেয়াৰ ইত্যাদিৰ পৰা বিৰত থাকিব তথা যি কোনো উৰাবাতৰিত কাণ নিদি সত্যতা নিৰূপণ কৰি শান্তি , সম্প্ৰীতি ও সমন্বয় বজাই ৰাখিবলৈও অনুৰোধ জনালোঁ ।

ইতি
মনোৱাৰ হুছেইন (বকুল)
উপ-সভাপতি, আমছু

--------------প্ৰতিমূৰ্তি-দাহ------------অসমৰ বিদ্যালয় সমূহত নিয়মীয়াকৈ পুষ্টিকৰ মধ‍্যাহ্ন ভোজনৰ খাদ্য যোগান নধৰা আৰু ব্ল...
08/11/2019

--------------প্ৰতিমূৰ্তি-দাহ------------
অসমৰ বিদ্যালয় সমূহত নিয়মীয়াকৈ পুষ্টিকৰ মধ‍্যাহ্ন ভোজনৰ খাদ্য যোগান নধৰা আৰু ব্লেক লিষ্টেড NGO-ক বিদ্যালয়ৰ খাদ্য যোগানৰ দায়িত্ব দিয়াৰ লগতে সংখ্যালঘু ছাত্র বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰীৰ প্ৰতিবাদত আজি ইং ০৮-১১-২০১৯ তাৰিখ শুক্ৰবাৰে অসমৰ প্ৰতিখন জিলাৰ লগতে নগাওঁ জিলা আমছু সহযুগত অসমৰ শিক্ষা মন্ত্ৰী #সিদ্বাৰ্থ_ভট্টাচাৰ্য্য'ৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী #নগাওঁ ধিং গেটত দিনৰ ১১:০০বজাত ৰূপায়ণ কৰা হৈছে।

উক্ত কাৰ্যসুচীত উপস্থিত থাকে আমছু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক #মুশ্বাৰফ _হুছেইন কবিৰ,জিলা সমিতিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়া,
জয় আই অসম
#আমছু #জিন্দাবাদ

আমছু জিন্দাবাদ ......
07/11/2019

আমছু জিন্দাবাদ ......

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when জুৰীয়া আঞ্চলিক সমিতি আমছু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share