Nasir Uddin Bulbul

Nasir Uddin Bulbul ন্যায়ৰ পক্ষত, অন্যায়ৰ বিৰুদ্ধে আইনী সংগ্ৰামত সদায় দুখীয়া-দৰিদ্ৰ ৰাইজৰ পক্ষত, সমাজৰ উন্নতিৰ হকে থিয় দিম।।
জয় আই অসম ⚖️🎓

Mandia , Pakabetbari and Chenga LAC3rd Round
04/05/2026

Mandia , Pakabetbari and Chenga LAC

3rd Round

Rank 1 হ’ল মানে সততাত 1 প্ৰথম নহয়,এইটো কথাই আজিকালি স্পষ্ট হৈ গৈছে। সিষ্টেমত সমস্যা আছে নে মানুহত এইটো ডাঙৰ প্ৰশ্ন ??12,...
02/05/2026

Rank 1 হ’ল মানে সততাত 1 প্ৰথম নহয়,
এইটো কথাই আজিকালি স্পষ্ট হৈ গৈছে।
সিষ্টেমত সমস্যা আছে নে মানুহত এইটো ডাঙৰ প্ৰশ্ন ??

12,000 (বাৰ হাজাৰ) টকাৰ বাবে যদি এই অৱস্থা, তেন্তে ডাঙৰ লেভেলত কি চলি আছে কল্পনা কৰিব পাৰি নে ? সমস্যা কেৱল এজন মানুহ নে সমগ্ৰ ব্যৱস্থাত ??

APSC Topper = Role Model বুলি ভাবিছিলোঁ… এতিয়া লাগিছে ‘Reality Check’ বেছি জৰুৰী নহয় নে ?

গাঁৱৰ ল’ৰা-ছোৱালীয়ে ৰাতি জাগি পৰীক্ষা দিয়ে, আৰু এইবোৰ খবৰ আহিলে মনটো ভাঙি যায়।

সপোনবোৰ সঁচাকৈ মূল্যৱান নে ???

সমূহ NEET পৰীক্ষাৰ্থী লৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 💐আপোনাৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসে নিশ্চয়  সাফল্যৰ ...
02/05/2026

সমূহ NEET পৰীক্ষাৰ্থী লৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 💐

আপোনাৰ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসে নিশ্চয় সাফল্যৰ দৰ্জা মুকলি হ’ব। মন স্থিৰ ৰখা, সময় সঠিককৈ ব্যৱহাৰ কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক সফলতা আপোনা লৈ বাট চাই আছে ॥

শুভকামনা থাকিল ভাল ফলাফল লাভ কৰি নিজৰ সপোন পূৰণ কৰক॥😊

ধন‍্যবাদ 🙏🏻

এই দৃশ্যটো মনটোক একেবাৰে ভাঙি পেলালে… 😔“মা” শব্দটো ইমান গভীৰ যে মৃত্যুৰ পাছতো তেওঁ নিজৰ সন্তানক বুকুৰ পৰা আঁতৰ নকৰে। এইট...
02/05/2026

এই দৃশ্যটো মনটোক একেবাৰে ভাঙি পেলালে… 😔

“মা” শব্দটো ইমান গভীৰ যে মৃত্যুৰ পাছতো তেওঁ নিজৰ সন্তানক বুকুৰ পৰা আঁতৰ নকৰে। এইটো কেৱল এটা ঘটনা নহয়, ই মাকৰ নিঃস্বাৰ্থ মৰমৰ জীয়াই থকা প্ৰমাণ। আল্লাহ সেই মাকৰ আত্মাক শান্তি দিয়ক, আৰু এই বেদনাত পৰিয়ালটোক শক্তি দিয়ক। 🙏🏻

28/04/2026

অসমত ১৯,০০০ টকা এদিনতে উৰুৱাই ভনীয়েকে নিজৰ জীৱন শেষ কৰিলে…আনহাতে, ওড়িশাত মাত্ৰ ১৯,০০০ টকা পাবলৈ ককায়েকে ভনীয়েকৰ মৃতদেহ লৈ বেংকৰ দুৱাৰ ঢাপলি মাৰিব লগা হৈছে।একেই টকাৰ মূল্য… কিন্তু পৰিস্থিতিয়ে কেনেকৈ মানৱ জীৱনৰ কঠিন সত্য দেখুৱাই দিয়ে॥ উফ্… সঁচাকৈয়ে হৃদয়বিদাৰক 🥹

Nasir Uddin

28/04/2026

১৫ মে’ত বিয়া আছিল…হ’বলগীয়া দৰাই দিন-ৰাতি কষ্ট কৰি সপোন গঢ়ি আছিল এখন নতুন জীৱনৰ বাবে।কিন্তু দুৰ্ভাগ্যজনকভাৱে, যুৱতীগৰাকী এজন নতুন বন্ধুৰ সৈতে পাৰ্টি কৰি 100km/hr তীব্ৰ বেগত গাড়ী চলোৱাৰ সময়ত মর্মান্তিক দুৰ্ঘটনাত মৃত্যুমুখত পৰিল।এটা খবৰেই সপোনবোৰ ভাঙি চুৰমাৰ কৰি দিলে…এজন ল’ৰাৰ বুকুৰ ভিতৰত থকা নিঃশব্দ বেদনাটো কোনে বুজিব?
পুৰুষৰ অনুভৱ কোনেও নুবুজে !!!

Nasir Uddin

28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

যিসকল পৰীক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰিলে, তেওঁলোককো সাহস আৰু উৎসাহেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাইছোঁ। এটা ফলাফলেই জীৱনৰ অন্তিম গন্তব্য নিৰ্ধাৰণ নকৰে বৰঞ্চ নিষ্ঠা, অধ্যৱসায় আৰু আত্মবিশ্বাস অটুট ৰাখিলে ভৱিষ্যতে সফলতাৰ বহু দুৱাৰ মুকলি হৈ থাকে।

সকলোৰে উজ্জ্বল ভৱিষ্যৎ, সুস্বাস্থ্য আৰু সাফল্যময় জীৱনৰ আন্তৰিক কামনা থাকিল।

Nasir Uddin Bulbul
Nasir Uddin

আমাৰ গাঁও, আমাৰ অঞ্চল আৰু আমাৰ পৰিয়ালৰ বাবে এক গৌৰৱৰ মুহুৰ্ত। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক(HS) চূড়ান্ত পৰীক্ষাত বিজ্ঞান ...
28/04/2026

আমাৰ গাঁও, আমাৰ অঞ্চল আৰু আমাৰ পৰিয়ালৰ বাবে এক গৌৰৱৰ মুহুৰ্ত। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক(HS) চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত আমাৰ ভাতিজি Silima Ahmed-এ ৪টা বিষয়ত লেটাৰ নম্বৰসহ মুঠ ৮৩% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

তাইৰ এই উজ্জ্বল সাফল্যই আমাৰ সকলোকে গৌৰৱান্বিত কৰিছে। তাইৰ আগন্তুক জীৱনৰ উজ্জ্বল ভৱিষ্যতৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা কামনা কৰিলোঁ।

English- 91
Assamese- 77
Biology- 83
Physics- 81
Chemistry- 84
------------------
Total 416

Nasir Uddin Bulbul
Nasir Uddin

27/04/2026

১ ঘণ্টাৰ ভিতৰত তোক উঠাই দিম বোলে😅

'তই দুঘন্টাৰ ভিতৰত MLA হোষ্টেললৈ আহ উঠাই আছো তোক'

'তোক এবছৰ জে'লত সোমোৱাই থ'ম,ভৱেশ কলিতাই বচাব নোৱাৰে তোক'

'তই কিয় বিজেপিৰ মিটিঙত ঘূৰা নাই?

তই মুখেৰে এটা কথাও নকবি'

Address

Barpeta
Barpeta
781315

Alerts

Be the first to know and let us send you an email when Nasir Uddin Bulbul posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Practice

Send a message to Nasir Uddin Bulbul:

Share