Aatifur Hussain & Associates

Aatifur Hussain & Associates Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aatifur Hussain & Associates, Barpeta Road.

07/06/2024

Cheque bounch সম্পৰ্কত মোৰ শ্ৰোতা- দৰ্শকক আইনী ভাবে সজাগ কৰিবলৈ ভিডিও টো বনালো ।

Share কৰিব ।

15/10/2023
24/09/2023

ছোৱালী জোকাইছে যদি সাৱধান হওক

21/09/2023

স্বামীয়ে নিজৰ পত্নীৰ বাহিৰে বেলেগৰ লগত অবৈধ সম্পৰ্ক ৰাখিলে তেওঁৰ বিৰুদ্ধে পত্নীয়ে আইনগতভাৱে কি কি কৰিব পাৰে

তলৰ ভিডিও চাওক আৰু ভাল লাগিলে share কৰক ।

18/09/2023

পত্নীৰ কোনো সম্পত্তি ( স্থাৱৰ বা অস্তাবৰ ) স্বামীয়ে বা স্বামীগৃহৰ মানুহে আত্মসাত কৰিব নোৱাৰে বা দখলত ৰাখিব নোৱাৰে ...

ভিডিও টো চাওক আৰু শ্বেয়াৰ কৰক ।

15/06/2023

Maintenance অৰ্থাৎ খোৰাকী পত্নীয়ে স্বামীৰ পৰা কি পৰিস্থিতি আৰু কেনেকৈ বিচাৰিব পাৰে অলপ জানি লওক ,

share কৰিব ।

16/04/2023

আপুনি যদি কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰিছে আৰু আপোনাক যদি পাব লগা দৰমহা দিয়া নাই তেতিয়াহলে কি আইনগত ভাবে আপুনি কি কৰিব

Video চাওক আৰু share কৰক ।

25/03/2023
26/02/2023

Anticipatory bail তথা অগ্ৰীম জামিন কি ?

Video ত উক্ত বিষয়ত আলোচনা কৰা হৈছে ।

Share কৰিব ।

07/02/2023

বাল্যবিবাহ সম্পৰ্কীয় আইন সমূহ জানি লওঁ আহক ।

Share কৰিব ।

11/11/2022

কোনো জন্তুক মাৰি পেলোৱা বা জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰয়োগ কৰা জনৰ আইনগত ভাবে কি কি শাস্তি হব পাৰে সেই বিষয়ে কোৱা হৈছে।

Video টো share কৰি দিয়ক ।

Address

Barpeta Road

Telephone

+916001589944

Website

Alerts

Be the first to know and let us send you an email when Aatifur Hussain & Associates posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share